আমাৰ ৰান্ধনীঘৰসমূহ
Akshaya Patra-ৰ হৃদয় আৰু আত্মা আমাৰ ৰান্ধনীঘৰসমূহত থাকে। এদিনত 1.3 মিলিয়নতকৈ বেছি আহাৰ প্ৰস্তুত কৰিবৰ বাবে উচ্চভাৱে বিশেষজ্ঞ, যন্ত্ৰচালিত আৰু পৰিমাপ্য আন্তঃগাঁথনিৰ প্ৰয়োজন হয়।
ঠাইডোখৰৰপ্ৰয়োজন, ভৌগোলিক পৰিস্থিতি আৰু বাট-পথৰ সুগমতাৰ ওপৰত নিৰ্ভৰ কৰি, Akshaya Patra-ই ৰান্ধনীঘৰৰআৰ্হি নিৰ্ধাৰিত কৰে। ভাৰতবৰ্ষত থকা আমাৰ 20 টাৰান্ধনীঘৰৰ ভিতৰত, 18 টাৰান্ধনীঘৰে কেন্দ্ৰীভূত আৰ্হি অনুসৰণ কৰে, আনহাতে দুখন ঠায়ে অকেন্দ্ৰীভূত আৰ্হি অনুসাৰে কাম-কাজ চলায়।
| কেন্দ্ৰীভূতৰান্ধনীঘৰসমূহৰ তালিকা | অ-কেন্দ্ৰীভূতৰান্ধনীঘৰসমূহৰ তালিকা |
| বিশাখাপট্টনম | নয়াগড় |
| হাইদৰাবাদ | বাৰান |
| গুৱাহাটী | |
| বৃন্দাবন | |
| ভিলাই | |
| গান্ধীনগৰ | |
| বদোদৰা | |
| বাংগালোৰ নৰ্থ - এইচকে হিল | |
| বাংগালোৰ চাউথ –ৱ্সন্তপুৰ | |
| বেলাৰী | |
| হুবলী | |
| মাংগালোৰ | |
| মৈচুৰ | |
| পুৰী | |
| জয়পুৰ | |
| নাথদ্বাৰা | |
|
চেন্নাই
|
The Akshaya Patra Foundation © 2015 Website Designed & Maintenance By Creative Yogi

